অটো ৰিক্সাক বাট এৰি দিবলৈ গৈ ৫ যাত্ৰীসহ নদীত পৰিল বিলাসী বাহন, চাওঁক VIDEO

অটো ৰিক্সাক বাট এৰি দিবলৈ গৈ ৫ যাত্ৰীসহ নদীত পৰিল বিলাসী বাহন, চাওঁক VIDEO
  • মধ্যপ্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
  • এখন অটো ৰিক্সাক বাট এৰি দিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱালে এখন বিলাসী বাহনে।
  • নিয়ন্ত্ৰণ হেৰুৱাই নদীত পৰিল বাহনখন।
  • বাহনখনত আছিল ৫ জন যাত্ৰী।
  • নিৱাৰী জিলাৰ অৰ্চা চহৰত এই ঘটনা সংঘটিত হৈছে।
  • পৰৱৰ্তী সময়ত জীৱন্তে উদ্ধাৰ কৰা হয় আটাইকেইজন যাত্ৰীক।
  • উদ্ধাৰ কৰিয়ে ভৰ্তি কৰা হয় হাস্পতালত।
  • দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে যাত্ৰীসহ পলায়ন কৰে অটো ৰিক্সাখন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in