মালদ্বীপৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী মোডী

  • শনিবাৰে মালদ্বীপলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীজন।
  • প্ৰধানমন্ত্ৰী হিচাপে এয়া মোদীৰ প্ৰথম মালদ্বীপ ভ্ৰমণ।
  • 'মালদ্বীপত ইতিমধ্যে হৈ যোৱা নিৰ্বাচনে জনসাধাৰণৰ গণতন্ত্ৰৰ ওপৰত সমূহীয়া আস্থা প্ৰকাশ কৰিছে।'
  • 'ভাৰততো আমি তেনে গণতান্ত্ৰিক পৰিস্থিতি বিচাৰো।'
  • 'শান্ত গণতান্ত্ৰিক প্ৰক্ৰিয়া সকলোৱে বিচাৰে।'
  • সংবাদমাধ্যমত এই মন্তব্য নৰেন্দ্ৰ মোদীৰ।
  • ইফালে নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদকো শুভেচ্ছা জনালে মোদীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in