প্ৰধানমন্ত্ৰীৰ ভাষণত উত্তৰ-পূবৰ বান সমস্যাৰ কথা…

প্ৰধানমন্ত্ৰীৰ ভাষণত উত্তৰ-পূবৰ বান সমস্যাৰ কথা…
  • প্ৰধানমন্ত্ৰীৰ ভাষণত উত্তৰ-পূবৰ বান সমস্যাৰ কথা।
  • কোৰোনা ভাইৰাছৰ সংকটৰ সময়তে দেশজুৰি ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন।
  • প্ৰধানমন্ত্ৰীৰ ভাষণত আত্মনিৰ্ভৰশীল ভাৰতৰ কথা।
  • স্বাধীনতা দিৱসৰ উপলক্ষে দেশবাসীক শুভকামনা গৃহমন্ত্ৰী অমিত শ্বাহৰ।
  • লালকিল্লাত প্ৰধানমন্ত্ৰীক গাৰ্ড অৱ অনাৰ।
  • পুৱাই প্ৰধানমন্ত্ৰী গৈছিল ৰাজঘাটলৈ।
  • দিল্লীত স্বাধীনতা দিৱস উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
  • পুৱাই বাসভৱনত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।
  • প্ৰাকৃতিক সম্পদ উপযুক্তভাৱে ব্যৱহাৰৰ আহ্বান প্ৰধানমন্ত্ৰীৰ।
  • কোৰোনা সংকটৰ সময়তে আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে ১৩০কোটি ভাৰতীয়ই লৈছে সংকল্প।
  • এই সংকটৰ মূৰ্হুুতত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যুজঁ দিব একেলগে।
  • থলুৱা সামগ্ৰী উপযুক্ত ব্যৱহাৰত গুৰুত্ব মোডীৰ।
  • কোৰোনা বিৰোধী অংশ লোৱা সকলক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in