শান্তিপূৰ্ণ আন্দোলনত তৃতীয় পক্ষ জড়িত হৈ বিপথে পৰিচালিত কৰিব বিচাৰিছেঃ লুৰিণজ্যোতি গগৈ

ফাইল ফটো
ফাইল ফটো
  • লতাশিলৰ প্ৰতিবাদস্থলীত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া।
  • তেওঁৰ মতে, চৰকাৰী বিষয়া ওলাই আহিছে।
  • সংগ্ৰামী যাত্ৰাত সকলো লগ লাগক।
  • যি সকলে সুবিধাবাদীৰ স্থিতি লৈছে তেওঁলোক ওলাই আহক।
  • জাতি শেষ হ'লে কাক লৈ ৰাজনীতি কৰিব।
  • দেশপ্ৰেম জাতি প্ৰেমৰ নিদৰ্শন দেখুৱাব লাগিব।
  • বদনসকলৰ বিৰুদ্ধে সকলো ওলাই আহিব।
  • নাটক কৰিছে বিৰেন্দ্ৰপ্ৰসাদ বৈশ্যৰ লগতে অতুল বৰা, ফণীভূষণ চৌধুৰী, কেশৱ মহন্তই।
  • এইসকল অসমৰ গণ শত্ৰু।
  • অসমৰ ৰাইজে শান্তিপূৰ্ণভাৱে আন্দোলন কৰিছে।
  • ইয়াত তৃতীয় পক্ষ আছে।
  • চৰকাৰী মানুহ জড়িত আছে ইয়াত।
  • আন্দোলনত বিপথে নিব বিচাৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in