শেহতীয়া খবৰ
‘কা’, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে দিল্লীত কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিবাদ...  •  অপ্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে নিৰ্বাচিত জে পি নড্ডা...  •  মঙলদৈৰ দুকুৰি দৰিদ্ৰ পৰিয়ালক গৰম কাপোৰ উপহাৰ দি ভোগালীৰ ওলগ 'খাটি দৰঙীয়া ঝিয়া-লিকিৰা’ৰ  •  গোৱালপাৰাত ক’লা পতাকা প্ৰদৰ্শন মন্ত্ৰী অতুল বৰাক, VIDEO  •  সোমবাৰৰ পৰা খৈৰাবাৰীত আৰম্ভ ৫৯সংখ্যক বড়ো সাহিত্য সভা, উখল মাখল দাউহাৰু পথাৰ  •  এলাহাবাদ চহৰৰ নাম প্ৰয়াগৰাজ কৰাক লৈ উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ...  •  ধুবুৰীত ATMৰ পৰা চোৰে লুটি নিলে ৪২ লাখ ৪৭ হাজাৰ টকা...  •  নুমলীগড়ৰ দৈগ্ৰোঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'কা’ বিৰোধী প্ৰতিবাদ...  •  আমাৰ ওচৰত সংখ্যাগৰিষ্ঠতা থকা বাবেই আমি ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰিব নোৱাৰোঃ 'কা’ক লৈ প্ৰতিক্ৰিয়া বিজেপি নেতা চি কে বসুৰ  •  জম্মু-কাশ্মীৰত নিহত ৩ সন্ত্ৰাসবাদী...

শান্তিপূৰ্ণ আন্দোলনত তৃতীয় পক্ষ জড়িত হৈ বিপথে পৰিচালিত কৰিব বিচাৰিছেঃ লুৰিণজ্যোতি গগৈ

140
  • লতাশিলৰ প্ৰতিবাদস্থলীত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া।
  • তেওঁৰ মতে, চৰকাৰী বিষয়া ওলাই আহিছে।
  • সংগ্ৰামী যাত্ৰাত সকলো লগ লাগক।
  • যি সকলে সুবিধাবাদীৰ স্থিতি লৈছে তেওঁলোক ওলাই আহক।
  • জাতি শেষ হ’লে কাক লৈ ৰাজনীতি কৰিব।
  • দেশপ্ৰেম জাতি প্ৰেমৰ নিদৰ্শন দেখুৱাব লাগিব।
  • বদনসকলৰ বিৰুদ্ধে সকলো ওলাই আহিব।
  • নাটক কৰিছে বিৰেন্দ্ৰপ্ৰসাদ বৈশ্যৰ লগতে অতুল বৰা, ফণীভূষণ চৌধুৰী, কেশৱ মহন্তই।
  • এইসকল অসমৰ গণ শত্ৰু।
  • অসমৰ ৰাইজে শান্তিপূৰ্ণভাৱে আন্দোলন কৰিছে।
  • ইয়াত তৃতীয় পক্ষ আছে।
  • চৰকাৰী মানুহ জড়িত আছে ইয়াত।
  • আন্দোলনত বিপথে নিব বিচাৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি