জাগীৰোড কাগজ কলৰ কৰ্মচাৰীৰ প্ৰতিবাদ, উপস্থিত অঃজাঃপঃৰ সভাপতি লুৰীণজ্যোতি গগৈ…

জাগীৰোড কাগজ কলৰ কৰ্মচাৰীৰ প্ৰতিবাদ, উপস্থিত অঃজাঃপঃৰ সভাপতি লুৰীণজ্যোতি গগৈ…
  • জাগীৰোড কাগজ কলৰ সন্মুখত কাগজ কলৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ।
  • তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিলে কৰ্মচাৰীসকলে।
  • কাগজ কলটো পুৰুজ্জীৱিত কৰাৰ লগতে কৰ্মচাৰীসকলৰ সকলো দাবী পূৰণৰ দাবী।
  • প্ৰতিবাদস্থলীত উপস্থিত অসম জাতীয় পৰিষদৰ এটা সজাঁতি দল।
  • সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত প্ৰতিবাদস্থলীত উপস্থিত সজাঁতি দলটো।
  • প্ৰতিবাদৰ পাছতে কৰ্মচাৰীসকলৰ সৈতে এক আলোচনাত মিলিত হয় লুৰীণজ্যোতি গগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in