লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু…

লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু…
  • লামডিঙৰ ৰে'লৱে কোৱাৰ্টাৰত মহিলাৰ ৰহস্যজনক মৃত্যু।
  • মৃত এইগৰাকী মহিলাৰ ঘৰ হাজোৰ ৰামডিয়াত বুলি জানিব পৰা গৈছে।
  • ৭ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল মহিলাগৰাকী।
  • মৃত মহিলাগৰাকীৰ নাম কংকনা মজুমদাৰ।
  • চিল লোৱা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in