লামডিঙত উৰুকাৰ নিশা দপদপকৈ জ্বলি উঠিল ৰে’লৰ ডবা…VIDEO

লামডিঙত উৰুকাৰ নিশা দপদপকৈ জ্বলি উঠিল ৰে’লৰ ডবা…VIDEO
  • উৰুকাৰ নিশা লামডিঙত অঘটন।
  • লামডিঙ ৰেলৱে বিবেকানন্দ খেলপথাৰৰ সমীপতে ভয়ংকৰ অগ্নিকাণ্ড।
  • পুৱতি নিশা দপদপকৈ জ্বলি উঠিল এটা ৰেলৱে ডবা।
  • ৰেল বিভাগৰ সংৰক্ষিত গুৰুত্বপূৰ্ণ এম জি ডবাত অগ্নিকাণ্ড।
  • অগ্নি সংযোগ হোৱাৰ ফলত এম জি ডবাটো সম্পূৰ্নৰূপে ভস্মীভূত হয় ৷
  • আনফালে, ৰেলৱে কামত ব্যৱহৃত হোৱা লক্ষাধিক টকাৰ ৰেলৱে কেবুল তাৰসমূহ জুইত জাহ যায়।
  • জুই লগাৰ প্ৰকৃত কাৰণ বৰ্তমান লৈকে জানিব পৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in