শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

লামডিঙত উৰুকাৰ নিশা দপদপকৈ জ্বলি উঠিল ৰে’লৰ ডবা…VIDEO

725
  • উৰুকাৰ নিশা লামডিঙত অঘটন।
  • লামডিঙ ৰেলৱে বিবেকানন্দ খেলপথাৰৰ সমীপতে ভয়ংকৰ অগ্নিকাণ্ড।
  • পুৱতি নিশা দপদপকৈ জ্বলি উঠিল এটা ৰেলৱে ডবা।
  • ৰেল বিভাগৰ সংৰক্ষিত গুৰুত্বপূৰ্ণ এম জি ডবাত অগ্নিকাণ্ড।
  • অগ্নি সংযোগ হোৱাৰ ফলত এম জি ডবাটো সম্পূৰ্নৰূপে ভস্মীভূত হয় ৷
  • আনফালে, ৰেলৱে কামত ব্যৱহৃত হোৱা লক্ষাধিক টকাৰ ৰেলৱে কেবুল তাৰসমূহ জুইত জাহ যায়।
  • জুই লগাৰ প্ৰকৃত কাৰণ বৰ্তমান লৈকে জানিব পৰা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি