শেহতীয়া খবৰ
ঐতিহাসিক আলাবৈত ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  ধুটি-কুৰ্তা পিন্ধি অযোধ্যালৈ ৰাওনা হ'ল নৰেন্দ্ৰ মোদী...  •  প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈয়েই মৃত্যুক সাৱটিব লগা হৈছে হাইস্কুলৰ ফিক্সড পেৰ শিক্ষকে...  •  লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস...  •  ৰাম মন্দিৰৰ বাবে সুদীৰ্ঘ ২৮ বছৰ আছিল অনাহাৰে কিন্তু নাপালে নিমন্ত্ৰণ...  •  ৰাম মন্দিৰৰ ভূমি পূজনত অংশ লোৱা প্ৰত্যেকেই পাব বিশেষ উপহাৰ...  •  মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱাজী ৰাও পাটিলৰ মৃত্যু...  •  আজি অযোধ্যাত হ'ব ৰাম মন্দিৰৰ শিলান্যাস...

লামডিং ৰে’ল ষ্টেচনত ৪৭ লাখ টকাসহ এজনক আটক… VIDEO

120
  • লামডিং ৰেল ষ্টেচনত বৃহৎ পৰিমানৰ ধন জব্দ।
  • জি আৰ পিয়ে ৪৭ লাখ টকাসহ আটক কৰে এজনক।
  • নামনিমুৱা ডিব্ৰুগড়-ৰঙিয়া ৰেলখনত জিআৰপিয়ে তালাচী চলাই উদ্ধাৰ কৰে এই ধনখিনি।
  • বিকাশ চাহু নামৰ যুৱকজনে নাজিৰাৰ পৰা গুৱাহাটীলৈ লৈ গৈছিল ধনখিনি৷
  • বৰ্তমান বিকাশ সাহুক লামডিং জি আৰ পিয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি