লামডিং ৰে’ল ষ্টেচনত ৪৭ লাখ টকাসহ এজনক আটক… VIDEO

লামডিং ৰে’ল ষ্টেচনত ৪৭ লাখ টকাসহ এজনক আটক…  VIDEO
  • লামডিং ৰেল ষ্টেচনত বৃহৎ পৰিমানৰ ধন জব্দ।
  • জি আৰ পিয়ে ৪৭ লাখ টকাসহ আটক কৰে এজনক।
  • নামনিমুৱা ডিব্ৰুগড়-ৰঙিয়া ৰেলখনত জিআৰপিয়ে তালাচী চলাই উদ্ধাৰ কৰে এই ধনখিনি।
  • বিকাশ চাহু নামৰ যুৱকজনে নাজিৰাৰ পৰা গুৱাহাটীলৈ লৈ গৈছিল ধনখিনি৷
  • বৰ্তমান বিকাশ সাহুক লামডিং জি আৰ পিয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in