কৃষকৰ বাবে সুখবৰঃ লামডিং ৰে’লৱে মণ্ডলৰ পৰা চলিব দুখন কিষাণ ৰে’ল…

কৃষকৰ বাবে সুখবৰঃ লামডিং ৰে’লৱে মণ্ডলৰ পৰা চলিব দুখন কিষাণ ৰে’ল…
  • কোৰোনা মহামাৰী দুৰ্যোগৰ সময়তে কৃষকৰ বাবে আহিল সুখবৰ৷
  • কৃষক সকলৰ সুবিধাৰ্থে লামডিং ৰেলৱে মণ্ডলৰ পৰা নতুনকৈ দুখন কিষাণ ৰেল শীঘ্ৰেই চলাচল হ'ব।
  • প্ৰথমবাৰৰ বাবে আগৰতলা চৰকাৰৰ সহযোগত দুখনকৈ কিষান ৰেল চলাব ৰেল বিভাগে ৷
  • ১১ জুনৰ পৰা ০০৫৯১ আগৰতলা-দিল্লী আৰু ১৬জুনৰ পৰা ০০৫৯০ আগৰতলা-কলিকতা ৰেল চলাচল কৰিব৷
  • তাৰোপৰি ৰেল দুখনত কৃষকসকলে বুকিঙৰ ক্ষেত্ৰত ৫০ শতাংশ ৰেহাই পাব বুলিও জানিব দিয়ে লামডিং ৰেলৱে মাণ্ডলিক বাণিজ্যিক উপ প্ৰৱন্ধকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in