ৰোড শ্ব’ কৰি মনোনয়ন দাখিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ…

ৰোড শ্ব’ কৰি মনোনয়ন দাখিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ…
  • লক্ষ্ণৌত মঙলবাৰে পুৱাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ ৰোড শ্ব'।
  • মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ পূৰ্বেই এই ৰোড শ্ব'ত অংশগ্ৰহণ।
  • উত্তৰপ্ৰদেশৰ লক্ষ্ণৌ সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।
  • দলটোৰ কেইবাজনো শীৰ্ষ নেতাই সংগ দিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in