শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদঃ লক্ষ্ণৌত এজনৰ মৃত্যু, মাংগালুৰুত ২জন আইচিইউত…

99
  • ‘কা’ বিৰোধী প্ৰতিবাদত লক্ষ্ণৌত এজনৰ মৃত্যু।
  • লক্ষ্ণৌৰ মেদিগঞ্জ অঞ্চলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হৈছিল সংঘৰ্ষ।
  • এই সংঘৰ্ষত আহত হৈছিল আৰক্ষী-নিৰাপত্তাৰক্ষীৰ লগতে কেবাগৰাকী প্ৰতিবাদকাৰী।
  • প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ আৰু গুলীবৰ্ষণ কৰিছিল।
  • মাংগালুৰুতো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীবৰ্ষণ কৰিছিল।
  • মাংগালুৰুত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত আহত হৈ আইচিইউত চিকিৎসাধীন দুজন লোক।
  • ইফালে ২০ গৰাকী আৰক্ষী বিভাগৰ লোকো আঘাটপ্ৰাপ্ত হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি