‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদঃ লক্ষ্ণৌত এজনৰ মৃত্যু, মাংগালুৰুত ২জন আইচিইউত…

‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদঃ লক্ষ্ণৌত এজনৰ মৃত্যু, মাংগালুৰুত ২জন আইচিইউত…
  • 'কা' বিৰোধী প্ৰতিবাদত লক্ষ্ণৌত এজনৰ মৃত্যু।
  • লক্ষ্ণৌৰ মেদিগঞ্জ অঞ্চলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হৈছিল সংঘৰ্ষ।
  • এই সংঘৰ্ষত আহত হৈছিল আৰক্ষী-নিৰাপত্তাৰক্ষীৰ লগতে কেবাগৰাকী প্ৰতিবাদকাৰী।
  • প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ আৰু গুলীবৰ্ষণ কৰিছিল।
  • মাংগালুৰুতো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীবৰ্ষণ কৰিছিল।
  • মাংগালুৰুত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত আহত হৈ আইচিইউত চিকিৎসাধীন দুজন লোক।
  • ইফালে ২০ গৰাকী আৰক্ষী বিভাগৰ লোকো আঘাটপ্ৰাপ্ত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in