শেহতীয়া খবৰ
ৰহাৰ বাৰপূজীয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ, VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বটদ্ৰৱা আছুৰ বাইক ৰেলী, VIDEO  •  সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত বজ্ৰ হুংকাৰ কাৰ্যসূচী, VIDEO  •  হায়দৰাবাদৰ দৰেই উন্নাও কাণ্ডৰ দোষীকো কৰিব লাগে এনকাউন্টাৰঃ নিৰ্যাতিতাৰ পিতৃৰ দাবী...  •  গুৱাহাটীৰ পৰা ছয়গাঁৱলৈ কেবৰ বিৰুদ্ধে ৰাজপথত শিল্পী, সাংবাদিক, সাহিত্যিকৰ অবিৰত আন্দোলন, চচলত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ অনশন...  •  ৰাজনীতি নহয়, দিল্লীৰ অগ্নিকাণ্ডৰ তদন্ত হ’ব লাগেঃ গৌতম গম্ভীৰ  •  ৯ ডিচেম্বৰত 'অসম বন্ধ’! বন্ধৰ প্ৰতি সমৰ্থন সদৌ অসম অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ  •  'কেব'ৰ বিৰোধিতা কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে...  •  দিল্লীৰ অগ্নিকাণ্ডত নিহতৰ পৰিয়াললৈ ১০ লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী কেজৰিৱালৰ  •  দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ...

বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য…

613
  • বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য।
  • প্ৰতিটো ৰাজসাহায্যবিহীন ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ১৩.৫০ টকাকৈ।
  • ৰাজধানী দিল্লীত এতিয়া ৰাজসাহায্যবিহীন এলপিজি চিলিণ্ডাৰৰ দাম ৬৯৫ টকা হ’ব।
  • কলকাতাত সৰ্বাধিক ১৯.৫০ টকা প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পাইছে।
  • চেন্নাইতো প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৮টকা বৃদ্ধি পাইছে।
  • ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ অফিচিয়েল বেৱছাইটত প্ৰকাশ কৰা হৈছে এই তথ্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি