বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য…

বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য…
  • বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য।
  • প্ৰতিটো ৰাজসাহায্যবিহীন ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ১৩.৫০ টকাকৈ।
  • ৰাজধানী দিল্লীত এতিয়া ৰাজসাহায্যবিহীন এলপিজি চিলিণ্ডাৰৰ দাম ৬৯৫ টকা হ'ব।
  • কলকাতাত সৰ্বাধিক ১৯.৫০ টকা প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পাইছে।
  • চেন্নাইতো প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৮টকা বৃদ্ধি পাইছে।
  • ইণ্ডিয়ান অইল কৰ্প'ৰেচনৰ অফিচিয়েল বেৱছাইটত প্ৰকাশ কৰা হৈছে এই তথ্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in