নৱবৰ্ষৰ প্ৰথম দিনটোতে বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য…

নৱবৰ্ষৰ প্ৰথম দিনটোতে বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য…
  • নৱবৰ্ষৰ প্ৰথম দিনটোতে বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য।
  • ৰাজ সাহাৰ্য্য নোহোৱা প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পালে ১৯ টকাকৈ।
  • ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ।
  • ধাৰাবাহিকভাৱে চতুৰ্থটো মাহত বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য।
  • ৰাজধানী দিল্লীত বৰ্তমান ১৪.২ কিঃগ্ৰামৰ এটা চিলিণ্ডাৰৰ বাবদ গ্ৰাহকে পৰিশোধ কৰিব লাগিব ৭১৪ টকাকৈ।
  • ১৯ কিঃগ্ৰামৰ এটা চিলিণ্ডাৰৰ বাবদ গ্ৰাহকে পৰিশোধ কৰিব লাগিব ১২৪১ টকাকৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in