নিজস্ব শিল্পকৰ্মৰে লাভলীনালৈ শুভেচ্ছা পুৰণিগুদামৰ ভাস্কৰ্য্যৰ

নিজস্ব শিল্পকৰ্মৰে লাভলীনালৈ শুভেচ্ছা পুৰণিগুদামৰ ভাস্কৰ্য্যৰ

ডিজিটেল সংবাদ পুৰণিগুদাম: নগাঁও জিলাৰ পুৰণিগুদাম গায়ন বৈৰাগী গাঁৱৰ এজন যুৱ চিত্ৰ শিল্পীৰ এক অভিনৱ প্ৰয়াস। অসমৰ পৰা পোন প্ৰথম বাৰৰ বাবে লাভলিনা বৰগোহাঁইয়ে টকিঅ' অলিম্পকৰ বাবে যোগ্যতা অৰ্জন কৰি অলিম্পকত অংশগ্ৰহন কৰাৰ বাবে ব্যতিক্ৰমী ভাৱে খেলুৱৈ গৰাকীলৈ নিজৰ শিল্পকৰ্মৰ জড়িয়তে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে।

পুৰণিগুদাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ভাস্কৰ্য্য পূৰ্ণ গায়নে লাভলীনালৈ শুভেচ্ছা জনাই নিজৰ হাতৰ তলুৱাত জাতীয় পতাকাৰ লগত লাভলিনা বৰগোঁহাইৰ প্ৰতিচ্ছবি অংকন কৰি তেওঁ জয়ী হৈ অহাৰ মানসেৰে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in