লাভলীনা গ্ল’ভছ ৯১ লাখত, নীৰজৰ জেভলীন ১.৫ কোটিত বিক্ৰী…

লাভলীনা গ্ল’ভছ ৯১ লাখত, নীৰজৰ জেভলীন ১.৫ কোটিত বিক্ৰী…
  • টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁইৰ বক্সিং গ্ল'ভছ বিক্ৰী হ'ল ৯১ লাখ টকাত।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উপহাৰ হিচাপে দিছিল এই গ্ল'ভছ যোৰ।
  • কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা নিলামত লাভলীনাৰ গ্ল'ভছ যোৰৰ প্ৰাৰম্ভিক মূল্য আছিল ৮০ লাখ টকা।
  • আনহাতে স্বৰ্ণ জয় কৰা নীৰজ চোপ্ৰাৰ জেভলীন ডালে লাভ কৰিলে সৰ্বাধীক মূল্য।
  • নীৰজৰ জেভলীনে লাভ কৰিলে ১.৫ কোটি টকা।
  • পেৰা অলিম্পিকত স্বৰ্ণ জয় কৰা সুমিত এণ্টিলৰ জেভলীনে লাভ কৰিলে ১.০০২ কোটি টকা।
  • ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে বিভিন্ন সময়ত উপহাৰ হিচাপ লাভ কৰা সামগ্ৰীসমূহ নিলাম কৰাৰ ব্যৱস্থা কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in