শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

লাভলীনা গ্ল’ভছ ৯১ লাখত, নীৰজৰ জেভলীন ১.৫ কোটিত বিক্ৰী…

  • টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁইৰ বক্সিং গ্ল’ভছ বিক্ৰী হ’ল ৯১ লাখ টকাত।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উপহাৰ হিচাপে দিছিল এই গ্ল’ভছ যোৰ।
  • কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা নিলামত লাভলীনাৰ গ্ল’ভছ যোৰৰ প্ৰাৰম্ভিক মূল্য আছিল ৮০ লাখ টকা।
  • আনহাতে স্বৰ্ণ জয় কৰা নীৰজ চোপ্ৰাৰ জেভলীন ডালে লাভ কৰিলে সৰ্বাধীক মূল্য।
  • নীৰজৰ জেভলীনে লাভ কৰিলে ১.৫ কোটি টকা।
  • পেৰা অলিম্পিকত স্বৰ্ণ জয় কৰা সুমিত এণ্টিলৰ জেভলীনে লাভ কৰিলে ১.০০২ কোটি টকা।
  • ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে বিভিন্ন সময়ত উপহাৰ হিচাপ লাভ কৰা সামগ্ৰীসমূহ নিলাম কৰাৰ ব্যৱস্থা কৰা হৈছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি