হাইলাকান্দিত প্ৰেমিকাক হত্যা কৰি আত্মহত্যাৰ চেষ্টা যুৱকৰ

  • হাইলাকান্দিৰ বাউৱাৰঘাটত চাঞ্চল্যকৰ হত্যাকাণ্ড।
  • প্ৰেয়সীক হত্যা কৰি আত্মহত্যাৰ চেষ্টা যুৱকৰ।
  • মোহম্মদ আলী নামৰ এজন যুৱকে হত্যা কৰে প্ৰেমিকাক।
  • ইয়াৰ পিছতে আত্মহত্যাৰ চেষ্টা চলায় যুৱকজনে।
  • পিছত আত্মহত্যাৰ চেষ্টা চলায় যুৱকজনে।
  • সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধী হৈ আছে মোহম্মদ আলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in