গুৱাহাটীৰ লতাশিল থানাত জু–ৰোড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসম…

গুৱাহাটীৰ লতাশিল থানাত জু–ৰোড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসম…
  • গুৱাহাটীলৈ অনা হ'ল জু–ৰোড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসমক।
  • লতাশিল থানাত ৰখা হৈছে আলফা সদস্য বিজয় অসমক।
  • মঙলবাৰে তিনিচুকীয়া জিলাৰ ডাঙৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিজয় অসমক।
  • আৰক্ষীৰ তদন্তত বিজয় অসম সন্দৰ্ভত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য।
  • ২০১১ চনৰ গুৱাহাটীৰ এক হত্যাকাণ্ডৰ গোচৰতো অভিযুক্ত বিজয় অসম।
  • ৰূপালী ৰংপি নামৰ এগৰাকী মহিলাক হত্যাৰ অভিযোগত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল বিজয়ক।
  • কাৰাগাৰৰ পৰা ওলায়েই বিজয়ে যোগ দিছিল আলফা স্বাধীনত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in