ঐতিহাসিক উগ্ৰতাৰা মন্দিৰৰ চুৰিকাণ্ডৰ সন্দৰ্ভত ৫ জনক আটক

ঐতিহাসিক উগ্ৰতাৰা মন্দিৰৰ চুৰিকাণ্ডৰ সন্দৰ্ভত ৫ জনক আটক
  • মহানগৰীৰ লতাশিলত থকা উগ্ৰতাৰা মন্দিৰত চুৰি সন্দৰ্ভত ৫জনক আটক।
  • আটাইকেইজনকে আটক কৰি জেৰা অব্যাহত ৰাখিছে লতাশিল আৰক্ষীয়ে।
  • ধৃত লোককেইজন ক্ৰমে ছান আহমেদ, মুন্না চৌহান, ৰাজু মাহাতো, অজয় বড়ো আৰু ৰাতুল কেওঁট।
  • উল্লেখ্য যে, যোৱা বৃহস্পতি বাৰে নিশা চোৰে লৈ গৈছিল মন্দিৰৰ মূল বিগ্ৰহৰ লগতে দানপাত্ৰ আৰু অন্যান্য মূল্যৱান সামগ্ৰী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in