উত্তপ্ত লতাশিলঃ খেলপথাৰত প্ৰৱেশ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী…

উত্তপ্ত লতাশিলঃ খেলপথাৰত প্ৰৱেশ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী…
  • লতাশিলত উত্তপ্ত পৰিস্থিতি।
  • সেনা-আৰক্ষীৰ বেৰিকেড ভাঙি লতাশিল খেলপথাৰত প্ৰৱেশ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।
  • প্ৰতিবাদকাৰীক চত্ৰভংগ দিয়াবলৈ সেনাৰ কেইবা জাই গুলীবৰ্ষণ।
  • প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীৰ সৈতে সেনাৰ সংঘৰ্ষ।
  • আৰক্ষীলৈ শিলাবৰ্ষণ প্ৰতিবাদকাৰীৰ।
  • প্ৰতিবাদস্থলীত আছে জুবিন গাৰ্গ, মানস ৰবীনৰ লগতে হাজাৰ হাজাৰ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in