লোকসভা নিৰ্বাচনত আটাইকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰে অগপই…

লোকসভা নিৰ্বাচনত আটাইকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰে অগপই…
  • লোকসভা নিৰ্বাচনত আটাইকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰে অগপই।
  • আনুষ্ঠানিক ঘোষণা অগপৰ সভাপতি অতুল বৰাৰ।
  • মিত্ৰতা সন্দৰ্ভত এতিয়াও সিদ্ধান্ত হোৱা নাই।
  • এই সন্দৰ্ভত ৰণকৌশল কমিটীয়ে সিদ্ধান্ত ল'ব।
  • শীঘ্ৰে এই সম্পৰ্কে অগপই ৰাইজক অৱগত কৰিব বুলিও মন্তব্য অতুল বৰাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in