পুৱা ৮ বজাৰ পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনা…

পুৱা ৮ বজাৰ পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনা…
  • পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা।
  • মুঠ ৫৪৩খন আসনত ভাগ্য নিৰ্ণয় হ'ব ৮০৪০গৰাকী প্ৰাৰ্থীৰ।
  • ৭পৰ্যায়ত ডেৰ মাহ ধৰি চলিছিল এই নিৰ্বাচন।
  • ১৯ মে'ত অন্ত পৰিছিল অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় নিৰ্বাচন সদনত স্থাপন কৰা হৈছে ২৪ ঘণ্টীয়া ই ভি এম কন্ট্ৰল ৰূম।
  • অসমৰ ১৪খন আসনত ১৪৫গৰাকীয়ে আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা।
  • তিনিখলপীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে আগবাঢ়িব ভোটগণনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in