৭ পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন…

৭ পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন…
  • ১১ এপ্ৰিলৰ পৰা হ'ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰম্ভ।
  • ৭ টা পৰ্যায়ত হ'ব লোকসভা নিৰ্বাচন।
  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১৮ এপ্ৰিলৰ পৰা।
  • ২৩ এপ্ৰিলৰ পৰা তৃতীয় নিৰ্বাচন।
  • ২৯ এপ্ৰিলত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন।
  • ৬ মে'ত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন
  • ১২ মে' ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন।
  • ১৯ মে'ত সপ্তম পৰ্যায়ৰ নিৰ্বাচন।
  • প্ৰথম পৰ্যায়ত ২০ খন ৰাজ্যৰ ৯১ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যৰ ৯৭ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • তৃতীয় পৰ্যায়ত ১৪ খন ৰাজ্যৰ ১১৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • চতুৰ্থ পৰ্যায়ত ৭১ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • পঞ্চম পৰ্যায়ত ৭ খন ৰাজ্যকৰ ৫১ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • ষষ্ঠ পৰ্যায়ত ৭ খন ৰাজ্যকৰ ৫৯ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • সপ্তম পৰ্যায়ত ৫৯ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in