লখৰাত পথ দুৰ্ঘটনাঃ লোহাৰ পৰিবাহী ট্ৰাকে মহতিয়াই নিলে ট্ৰেফিক পইন্ট…VIDEO

লখৰাত পথ দুৰ্ঘটনাঃ লোহাৰ পৰিবাহী ট্ৰাকে মহতিয়াই নিলে ট্ৰেফিক পইন্ট…VIDEO
  • লখৰা চাৰিআলিত পথ দুৰ্ঘটনা।
  • এখন লোহাৰ পৰিবাহী ট্ৰাকে মহতিয়াই নিলে ট্ৰেফিক পইন্ট।
  • চূৰ্ণ-বিচূৰ্ণ হৈ গ'ল ট্ৰেফিক পইন্টতো।
  • কথামপি প্ৰাণ ৰক্ষা কৰে কৰ্তব্যত নিয়োজিত যান-বাহন আৰক্ষীগৰাকীৰ।
দিনৰ ভাগত ট্ৰেফিক পইন্টটো
  • খানাপাৰা দিশৰ পৰা আহি আছিল লোহাৰ পৰিবাহী ট্ৰাকখন।
  • দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এ এছ ০৪-এ চি- ১২৬৯।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in