শেহতীয়া খবৰ
ঢকুৱাখনা কলেজত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযানৰ সভা, "বেমাৰতকৈও দুৰ্ঘটনাত মৃত্যুৰ হাৰ বাঢ়িছে"-জিলা পৰিবহন বিষয়া সীতাৰাম দলে  •  ধুবুৰীলৈ যোৱাৰ পথত নিৰুদ্দেশ ঢকুৱাখনাৰ এজন ব্যক্তি  •  হাজো মেলাৰ পৰা মহিমাৰীৰ আমজাদ আলী নিৰুদ্দেশ  •  কোনো কাৰণতে মানি নলয় 'কা', ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO  •  ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন "চিন্তা বিচিত্ৰা" উন্মোচন...  •  শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO  •  বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...  •  দিল্লীৰ চৰকাৰী বিদ্যালয় ভ্ৰমণ কৰিব আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্পে, অনুষ্ঠানলৈ কেন্দ্ৰই নিমন্ত্ৰণেই নকৰিলে কেজৰিৱাল-চিছোদিয়াক...  •  পানেৰীৰ গুলীচালনাৰ ঘটনাক নিন্দা এবছু, নেমছুৰ, ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে আন্দোলনৰ হুংকাৰ

দ্বিতীয় পৰ্যায়ত দেশৰ ৯৭টা সমষ্টিত হ’ব ভোটগ্ৰহণ…

116
  • দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত।
  • ৯৭টা সমষ্টিত অনু্ষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

  • অসমৰ ৫টা সমষ্টি ক্ৰমে- কৰিমগঞ্জ, শিলচৰ, মঙলদৈ, স্বায়ত্ত শাসিত জিলা (ডিফু) আৰু নগাঁৱত অনুষ্ঠিত হ’ব নিৰ্বাচন।
  • ১৮ এপ্ৰিলত অসমৰ উপৰিও বিহাৰ, ছত্তীশগড়, জম্মু-কাশ্মীৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মণিপুৰ, ওড়িশ্যা, পুডুচেৰী, তামিলনাডু, ত্ৰিপুৰা, উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগত হ’ব ভোটগ্ৰহণ।

  • সাজু কৰা হৈছে ই ভি এম আৰু নিৰ্বাচনী বিষয়া-কৰ্মীসকল।
  • মঙলবাৰে অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি