দ্বিতীয় পৰ্যায়ত দেশৰ ৯৭টা সমষ্টিত হ’ব ভোটগ্ৰহণ…

দ্বিতীয় পৰ্যায়ত দেশৰ ৯৭টা সমষ্টিত হ’ব ভোটগ্ৰহণ…
  • দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত।
  • ৯৭টা সমষ্টিত অনু্ষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
  • অসমৰ ৫টা সমষ্টি ক্ৰমে- কৰিমগঞ্জ, শিলচৰ, মঙলদৈ, স্বায়ত্ত শাসিত জিলা (ডিফু) আৰু নগাঁৱত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • ১৮ এপ্ৰিলত অসমৰ উপৰিও বিহাৰ, ছত্তীশগড়, জম্মু-কাশ্মীৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মণিপুৰ, ওড়িশ্যা, পুডুচেৰী, তামিলনাডু, ত্ৰিপুৰা, উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগত হ'ব ভোটগ্ৰহণ।
  • সাজু কৰা হৈছে ই ভি এম আৰু নিৰ্বাচনী বিষয়া-কৰ্মীসকল।
  • মঙলবাৰে অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in