১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা…

১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা…
  • লকডাউন সন্দৰ্ভত নতুন নিৰ্দেশনাৰ বাবে প্ৰস্তাৱ।
  • এই প্ৰস্তাৱ অনুসৰি-
  • পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ খোলা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান।
  • নিশা ৯.৩০ বজাৰ পৰা ৫বজালৈ বাহাল থাকিব সান্ধ্য আইন।
  • বাহাল থাকিব সাপ্তাহিক লকডাউন (শনিবাৰ আৰু দেওবাৰ)।
  • সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত ব্যৱস্থা বাহাল থাকিব।
  • ১৬ আগষ্টৰ পৰা ৩১আগষ্টলৈ প্রযোজ্য হ'ব এই নতুন নিয়ম।
  • অৱশ্যে আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো ঘোষণা কৰা হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in