শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা…

1,214
  • লকডাউন সন্দৰ্ভত নতুন নিৰ্দেশনাৰ বাবে প্ৰস্তাৱ।
  • এই প্ৰস্তাৱ অনুসৰি-
  • পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ খোলা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান।
  • নিশা ৯.৩০ বজাৰ পৰা ৫বজালৈ বাহাল থাকিব সান্ধ্য আইন।
  • বাহাল থাকিব সাপ্তাহিক লকডাউন (শনিবাৰ আৰু দেওবাৰ)।
  • সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত ব্যৱস্থা বাহাল থাকিব।
  • ১৬ আগষ্টৰ পৰা ৩১আগষ্টলৈ প্রযোজ্য হ’ব এই নতুন নিয়ম।
  • অৱশ্যে আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো ঘোষণা কৰা হোৱা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি