শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

সুৰাপায়ীক ভেটিবলৈ অসম সীমান্ত বৰ্ণিহাট, যোৰাবাটৰ পৰা খানাপাৰালৈ লকডাউন!…

363

ডিজিটেল ডেস্কঃ গুৱাহাটীত ১৪দিনীয়া লকডাউন ঘোষণা কৰাৰ পাছতে সোমবাৰৰে পৰা মেঘালয় চৰকাৰেও গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত।গুৱাহাটীৰ সীমান্তৱৰ্তী মেঘালয়ৰ বৰ্ণিহাট, যোৰাবাটৰ পৰা খানাপাৰালৈ লকডাউন ঘোষণ কৰিছে চৰকাৰে।

গুৱাহাটীত কোৰোনাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। দুই ৰাজ্যৰ মাজত যান-বাহনৰ চলাচলৰ লগতে অত্যাৱশকীয়া সেৱাৰ বাদে সকলো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে মেঘালয় চৰকাৰে।

উল্লেখ্য যে, পূৰ্বে লকডাউন চলি থকাৰ সময়ত গুৱহাটীৰ বহুলোকে বিভিন্ন অজুহাত দেখুৱাই মেঘালয়ৰ অন্তৰ্গত খানাপাৰাৰ পৰা সুৰাৰ বটল ক্ৰয় কৰাৰ অভিযোগো আছে। সেয়েহে শেহতীয়াকৈ মেঘালয়ৰ এই সিদ্ধান্তৰ পাছতে সুৰাপায়ী সকলৰ সেই বাটো ৰুদ্ধ হ’ল বুলি একাংশই মন্তব্য কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি