শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

আকৌ লকডাউন!

150,988

ডিজিটেল ডেস্ক : কোৰোনা ভাইৰাছৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ লকডাউন ঘোষনা কৰা হৈছে । যোৱা কিছু দিনচত ব্যপক হাৰত কোৰোনা সংক্ৰনণৰ ঘোষনা পোহৰলৈ অহাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । সোমবাৰৰ পৰা লকডাউন ঘোষনা কৰা হৈছে ছটিশগড়ৰ ১০ খন জিলাৰ লগতে ৰাজ্যখনৰ ৰাজধানী চহৰ ৰায়পুৰতো । ৰাজধানী চহৰ খনত প্ৰতিদিনে ৯০০ৰ পৰা ১০০০ লোকৰ দেহত কোভিড ১৯ পোৱা গৈছে ।

ৰায়পুৰৰ লগতে জাশপুৰ,বালোদা বজাৰ,জাণ্সগিৰ চাম্পা,দ্ৰাগ,ভিলাই,ধামটাৰী আৰু বিলাসপুৰ । এই জিলা কেইখনত ২৮ ছেপ্টেম্বৰলৈকে লকডাউন বলবৎ হব । এই সময়চোৱাত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কাৰ্যালয় বন্ধ থাকিব । কেবল ফাৰ্মাচীহে খোলা থাকিব এই সময়চোৱাত । পেট্ৰল পাম্পত চৰকাৰী বাহন আৰু চিকিৎসা কাৰ্য্যত ব্যবহৃত বাহনতহে ইন্ধন যোগানৰ নিৰ্দেশ দিয়া হৈছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি