আকৌ লকডাউন!

আকৌ লকডাউন!

ডিজিটেল ডেস্ক : কোৰোনা ভাইৰাছৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ লকডাউন ঘোষনা কৰা হৈছে । যোৱা কিছু দিনচত ব্যপক হাৰত কোৰোনা সংক্ৰনণৰ ঘোষনা পোহৰলৈ অহাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । সোমবাৰৰ পৰা লকডাউন ঘোষনা কৰা হৈছে ছটিশগড়ৰ ১০ খন জিলাৰ লগতে ৰাজ্যখনৰ ৰাজধানী চহৰ ৰায়পুৰতো । ৰাজধানী চহৰ খনত প্ৰতিদিনে ৯০০ৰ পৰা ১০০০ লোকৰ দেহত কোভিড ১৯ পোৱা গৈছে ।

ৰায়পুৰৰ লগতে জাশপুৰ,বালোদা বজাৰ,জাণ্সগিৰ চাম্পা,দ্ৰাগ,ভিলাই,ধামটাৰী আৰু বিলাসপুৰ । এই জিলা কেইখনত ২৮ ছেপ্টেম্বৰলৈকে লকডাউন বলবৎ হব । এই সময়চোৱাত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কাৰ্যালয় বন্ধ থাকিব । কেবল ফাৰ্মাচীহে খোলা থাকিব এই সময়চোৱাত । পেট্ৰল পাম্পত চৰকাৰী বাহন আৰু চিকিৎসা কাৰ্য্যত ব্যবহৃত বাহনতহে ইন্ধন যোগানৰ নিৰ্দেশ দিয়া হৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in