১জুনৰ পৰা ৩০ জুনলৈ দেশত পঞ্চম পৰ্যায়ৰ লকডাউন…

১জুনৰ পৰা ৩০ জুনলৈ দেশত পঞ্চম পৰ্যায়ৰ লকডাউন…
  • ৩০ জুনলৈ বৃদ্ধি লকডাউন।
  • ৮ জুনৰ পৰা খুলিব পাৰিব শ্বপিং মল আৰু ৰেষ্টুৰেন্ট।
  • পঞ্চম পৰ্যায়ৰ লকডাউনৰ বাবে জাৰি কৰা হৈছে নতুন গাইডলাইন।
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশ।
  • ১ জুনৰ পৰা ৩০ জুনলৈকে পঞ্চম পৰ্যায়ৰ লকডাউন জাৰি।
  • নিশা জাৰি কৰা সান্ধ্য আইনৰ সময়ো সালসলনি কৰা হৈছে।
  • নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে দেশজুৰি জাৰি কৰা হ'ব সান্ধ্য আইন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in