শেহতীয়া খবৰ
ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...  •  দিল্লী আৰক্ষীৰ নতুন আয়ুক্তৰূপে এছএন শ্ৰীবাস্তৱক নিযুক্তি…  •  কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য...  •  যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ

চন্দ্ৰযান-২ৰ লেণ্ডাৰৰ অৱস্থিতি আমি লাভ কৰিছোঃ ইছৰ’

7,077
  • দেওবাৰে ইছৰ’ অধ্যক্ষ কে শিৱানে চন্দ্ৰযান-২ৰ লেণ্ডাৰ সন্দৰ্ভত কৰিলে মন্তব্য।
  • বৈজ্ঞানিক গৰাকীয়ে সংবাদমাধ্যমৰ আগত জনাইছে যে-
  • ‘আমি বিক্ৰম লেণ্ডাৰৰ অৱস্থিতি লাভ কৰিছো।’
  • ‘অৰ্বিটাৰে লেণ্ডাৰৰ থাৰ্মেল ফটো আমালৈ প্ৰেৰণ কৰিছে।’
  • ‘কিন্তু বৰ্তমানলৈ আমি লেণ্ডাৰৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব পৰা নাই।’
  • ‘আমি সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছো।’
  • ‘আৰু আশা কৰো যে, শীঘ্ৰে সংযোগ স্থাপন কৰিবলৈ আমি সফল হম।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি