চন্দ্ৰযান-২ৰ লেণ্ডাৰৰ অৱস্থিতি আমি লাভ কৰিছোঃ ইছৰ’

চন্দ্ৰযান-২ৰ লেণ্ডাৰৰ অৱস্থিতি আমি লাভ কৰিছোঃ ইছৰ’
  • দেওবাৰে ইছৰ' অধ্যক্ষ কে শিৱানে চন্দ্ৰযান-২ৰ লেণ্ডাৰ সন্দৰ্ভত কৰিলে মন্তব্য।
  • বৈজ্ঞানিক গৰাকীয়ে সংবাদমাধ্যমৰ আগত জনাইছে যে-
  • 'আমি বিক্ৰম লেণ্ডাৰৰ অৱস্থিতি লাভ কৰিছো।'
  • 'অৰ্বিটাৰে লেণ্ডাৰৰ থাৰ্মেল ফটো আমালৈ প্ৰেৰণ কৰিছে।'
  • 'কিন্তু বৰ্তমানলৈ আমি লেণ্ডাৰৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব পৰা নাই।'
  • 'আমি সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছো।'
  • 'আৰু আশা কৰো যে, শীঘ্ৰে সংযোগ স্থাপন কৰিবলৈ আমি সফল হম।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in