শেহতীয়া খবৰ
মঙলদৈত ৰক্তদান শিবিৰঃ ১২০ গৰাকীকৈ ৰক্তদাতাই কৰিলে ৰক্তদান... • এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ...

জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী…

288
  • জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সন্ত্ৰাসবাদী আৰু সেনা বাহিনীৰ সংঘৰ্ষ।
  • সংঘৰ্ষত নিহত ৫টা সন্ত্ৰাসবাদী।
  • সন্ত্ৰাসবাদ বিৰোধী এই অভিযানত প্ৰাণ হেৰুৱাই তিনিজনকৈ সেনা জোৱানে।
  • উল্লেখ্য যে, ৩দিন ধৰি অব্যাহত আছে এই অভিযান।
  • যোৱা ২৪ ঘণ্টাত মুঠ ৯টা সন্ত্ৰাসবাদী নিহত হৈছে।
  • লগতে গ্ৰেপ্তাৰ কৰা হৈছে ৪টা সন্ত্ৰাসবাদীক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি