এল জে পি সাংসদ তথা ৰামবিলাস পাছৱানৰ ভাতৃ ৰামচন্দ্ৰ পাছৱানৰ দেহাৱসান

এল জে পি সাংসদ তথা ৰামবিলাস পাছৱানৰ ভাতৃ ৰামচন্দ্ৰ পাছৱানৰ দেহাৱসান
  • এল জে পি সাংসদ তথা ৰামবিলাস পাছৱানৰ ভাতৃ ৰামচন্দ্ৰ পাছৱানৰ দেহাৱসান।
  • দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ৰামচন্দ্ৰ পাছৱালে।
  • হৃদৰোগত আক্ৰান্ত হৈ ১০ জুলাইৰ পৰা চিকিৎসাধীন হৈ আছিল সাংসদ গৰাকী।
  • দেওবাৰে দুপৰীয়া ১.২৫ বজাত মৃত্যু ঘটে ৰামচন্দ্ৰ পাছৱানৰ।
  • সমষ্টিপুৰ লোকসভা সমষ্টিৰ সাংসদ আছিল তেওঁ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in