শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …  •  "বন্ধুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে নেকি?" ট্ৰাম্পে ভাৰতক কৰা মন্তব্যত প্ৰশ্ন জো বিডেনৰ...

দীপেন বৰুৱাৰ কালজয়ী গীত শুনি নিৰ্বাচনী প্ৰচাৰত কিৰেন ৰিজিজু…

1,217

ডিজিটেল ডেস্ক : লাডাখৰ লেহত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ ) মন্ত্ৰী তথা অৰুনাচলৰ সাংসদ কিৰেন ৰিজিজু । নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনটোত ৰিজুৱে দীপন বৰুৱাৰ কালজয়ী গীত এইখনি গাওঁ বুকুৰ আপোন গীতটো শুনি নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহন কৰে । এই কথা তেওঁ সামাজিক মাধ্যম যোগে ব্যক্ত কৰে ।

ৰিজিজুয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে যে ”লাডাখৰ লেহত কৰা শেষ দিনটোৰ নিৰ্বাচনী প্ৰচাৰ। আমাৰ মৰমৰ শিল্পী দিপেনদাৰ ( দিপেন বৰুৱা) কণ্ঠৰ “এইখনি গাঁও..”-ৰ সুৰীয়া কণ্ঠই লাডাখৰ অনিৰ্বাচনীয় সোন্দৰ্য্যত একেকাৰ হৈ যোৱা এক স্বৰ্গীয় মূৰ্হুত । ”

My last day of election campaign in Ladakh for the LAHDC, Leh. The scenic serenity merged with the immortal song of our…

Kiren Rijiju ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಮಂಗಳವಾರ, ಅಕ್ಟೋಬರ್ 13, 2020
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি