পুৱা ১০বজাৰ পৰা নিশা ১০বজালৈকে খোলা থাকিব সুৰাৰ বিপনী…

পুৱা ১০বজাৰ পৰা নিশা ১০বজালৈকে খোলা থাকিব সুৰাৰ বিপনী…

ডিজিটেল ডেস্কঃ সুৰাৰ বিপনীসমূহক লৈ দিল্লী চৰকাৰে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা দিল্লীত প্ৰতিদিনে ১২ঘন্টাকৈ খোলা থাকিব সুৰাৰ বিপনী। আবকাৰী বিভাগে জাৰি কৰা জাননীত কোৱা হৈছে যে, পুৱা ১০বজাৰ পৰা নিশা ১০বজালৈকে খোলা থাকিব দিল্লীৰ সুৰাৰ বিপনীসমূহ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in