শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ…

  • ড্ৰাইভিং লাইচেঞ্চৰ বাবে কেতবোৰ নতুন নিয়ম ঘোষণা।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই নিয়মবোৰ।
  • ড্ৰাইভিং লাইচেঞ্চৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ।
  • ৯৫৩১১০৭৫১৮ নম্বৰত হোৱাটছএপো কৰিব পাৰিব।
  • লগতে ১৮০০৩৪৫ ২৬৬৬ নম্বৰত কৰিব পাৰিব ফোন।
  • আৰ চি, লাইচেঞ্চৰ নবীকৰণ সকলো কাম অনলাইনতে হ’ব।
  • সাৰথি পৰ্টেল মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • www.parivahan.gov.inত কৰিব পাৰিব এই সকলো কাম।
  • ঘৰতে থাকি লাভ কৰিব লাইচেঞ্চ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি