ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ…

ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ…
  • ড্ৰাইভিং লাইচেঞ্চৰ বাবে কেতবোৰ নতুন নিয়ম ঘোষণা।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই নিয়মবোৰ।
  • ড্ৰাইভিং লাইচেঞ্চৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ।
  • ৯৫৩১১০৭৫১৮ নম্বৰত হোৱাটছএপো কৰিব পাৰিব।
  • লগতে ১৮০০৩৪৫ ২৬৬৬ নম্বৰত কৰিব পাৰিব ফোন।
  • আৰ চি, লাইচেঞ্চৰ নবীকৰণ সকলো কাম অনলাইনতে হ'ব।
  • সাৰথি পৰ্টেল মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • www.parivahan.gov.inত কৰিব পাৰিব এই সকলো কাম।
  • ঘৰতে থাকি লাভ কৰিব লাইচেঞ্চ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in