পশ্চিম বংগত অল কায়দাৰ ৪সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ…

পশ্চিম বংগত অল কায়দাৰ ৪সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ…
  • পশ্চিম বংগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সফল অভিযান ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ।
  • গ্ৰেপ্তাৰ হৈছে অল কায়দাৰ ৪টাকৈ সন্ত্ৰাসবাদী।
  • লিউ য়িন আহমদ, আবু ছুফিয়ান, মোছৰাফ হুচেইন আৰু মুৰৰ্ছীদ হছন হৈছে সন্ত্ৰাসবাদীকেইটাৰ নাম।
  • বিগত কেইবাদিনো ধৰি সংস্থাটোৱে চলাই আছিল এই অভিযান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in