শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা…

  • গোলাঘাটত শ্ৰমিকৰ হাতত নিধন এটা নাহৰফুটুকী।
  • গোলাঘাটৰ কুঞ্জপুৰত সংঘটিত হৈছে এই ঘটনা।
  • কুঞ্জপুৰৰ বিজুলী চাহ বাগিচাৰ ৪ গৰাকী শ্ৰমিক আহত হৈছিল নাহৰফুটুকীটোৰ আক্ৰমণত।
  • ইয়াৰ পিছতে শ্ৰমিকে মৰিয়াই মৰিয়াই হত্যা কৰে নাহৰফুটুকীটোক।
  • ইতিমধ্যে বন বিভাগৰ লোক উপস্থিত হৈ মৃত নাহৰফুটুকীটোৰ মৃতদেহ উদ্ধাৰ কৰিছে।
  • ইফালে নাহৰফুটুকীটোৰ আক্ৰমণত আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পাতালত।
  • আহত শ্ৰমিক কেইজন ক্ৰমে ধনীৰাম সুৰেন, ধনেশ্বৰ মাঝি, দীপক লেকৰা আৰু বিশাল মাঝি।