৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা…

৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা…
  • গোলাঘাটত শ্ৰমিকৰ হাতত নিধন এটা নাহৰফুটুকী।
  • গোলাঘাটৰ কুঞ্জপুৰত সংঘটিত হৈছে এই ঘটনা।
  • কুঞ্জপুৰৰ বিজুলী চাহ বাগিচাৰ ৪ গৰাকী শ্ৰমিক আহত হৈছিল নাহৰফুটুকীটোৰ আক্ৰমণত।
  • ইয়াৰ পিছতে শ্ৰমিকে মৰিয়াই মৰিয়াই হত্যা কৰে নাহৰফুটুকীটোক।
  • ইতিমধ্যে বন বিভাগৰ লোক উপস্থিত হৈ মৃত নাহৰফুটুকীটোৰ মৃতদেহ উদ্ধাৰ কৰিছে।
  • ইফালে নাহৰফুটুকীটোৰ আক্ৰমণত আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পাতালত।
  • আহত শ্ৰমিক কেইজন ক্ৰমে ধনীৰাম সুৰেন, ধনেশ্বৰ মাঝি, দীপক লেকৰা আৰু বিশাল মাঝি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in