নৈত উটি অহা নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

নৈত উটি অহা নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ
  • ওড়িশাৰ আঙুল জিলাৰ ৰেঙালী নদীবান্ধৰ পাৰত উদ্ধাৰ এটা নাহৰ ফুটুকীৰ মৃতদেহ৷
  • নৈৰ পানীত উটি আহি বান্ধৰ পাৰলৈ উঠি আহে মৃতদেহটো৷
  • স্থানীয় লোকে মৰা নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগত৷
  • পিছত ঘটনা স্থলীত বন বিভাগ আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷
  • নাহৰফুটুকীটোৱে নৈত পানী খাবলৈ আহি মৃত্যুক সাৱটি লোৱাৰ সন্দেহ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in