মহাৰাষ্ট্ৰত নাহৰফুটুকী বাঘৰ আক্ৰমণত নিহত মহিলা, আহত শিশু

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰৰ অৰ্জুনি কোকেৱাড়া গাঁৱত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস৷
  • দেওবাৰে নাহৰফুটুকীৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা৷
  • একে অঞ্চলতে কিছু সময় পিছত আন এটা নাহৰফুটকীয়ে আহত কৰে এটি শিশুকো৷
  • ৱাৰোৰা বনাঞ্চলৰ পৰা ওলাই আহিছিল বাঘকেইটা৷
  • বিগত কেইবাদিনো ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে নাহৰফুটুকী বাঘৰ এটা জাকে৷
  • হত্যা কৰিছে ৩ জনকৈ লোকক৷
  • বাঘৰ আক্ৰমণত সংকিত হৈ পৰিছে অঞ্চলবাসী৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in