কেব আৰু এনআৰচিৰ বিৰুদ্ধে ১৯ ডিচেম্বৰত দেশজুৰি বাওপন্থী দলৰ প্ৰতিবাদ কাৰ্যসূচী…

  • ১৯ ডিচেম্বৰত দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব বাওপন্থী ৰাজনৈতিক দলসমূহে।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে সাব্যস্ত কৰিব এই প্ৰতিবাদ।
  • ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছতে এয়া বিজেপিৰ ক্ষমতাকেন্দ্ৰিক চক্ৰান্ত আখ্যা বাওপন্থী দলসমূহৰ।
  • আনহাতে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি এনআৰচি প্ৰস্তুত কৰাৰ ঘোষণা কৰা কাৰ্যকো সমালোচনা কৰে বাওপন্থী দলসমূহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in