শেহতীয়া খবৰ
১ মিনিটত ২৫খবৰ...  •  ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..  •  ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন...  •  অসমঃ স্বাধীনতা দিৱসত কোনে ক'ত কৰিব পতাকা উত্তোলন...সবিশেষ  •  উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব,নহলে গণতন্ত্ৰৰ ধংস অনিবাৰ্য...  •  ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু...  •  নাহৰলাগুনত বান, লাগুন নদীৰ বানত ওপঙিছে গাড়ী-মটৰ...  •  ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ...  •  বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা...  •  তীৰ্থযাত্ৰীৰ বাবে সুখবৰ: ১৬ আগষ্টৰ পৰা মুকলি হ'ব বৈষ্ণো দেৱী যাত্ৰা, দৈনিক ৫০০ যাত্ৰী যাব পাৰিব মন্দিৰলৈ...

কেব আৰু এনআৰচিৰ বিৰুদ্ধে ১৯ ডিচেম্বৰত দেশজুৰি বাওপন্থী দলৰ প্ৰতিবাদ কাৰ্যসূচী…

116
  • ১৯ ডিচেম্বৰত দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব বাওপন্থী ৰাজনৈতিক দলসমূহে।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে সাব্যস্ত কৰিব এই প্ৰতিবাদ।
  • ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছতে এয়া বিজেপিৰ ক্ষমতাকেন্দ্ৰিক চক্ৰান্ত আখ্যা বাওপন্থী দলসমূহৰ।
  • আনহাতে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি এনআৰচি প্ৰস্তুত কৰাৰ ঘোষণা কৰা কাৰ্যকো সমালোচনা কৰে বাওপন্থী দলসমূহে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি