শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …  •  "বন্ধুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে নেকি?" ট্ৰাম্পে ভাৰতক কৰা মন্তব্যত প্ৰশ্ন জো বিডেনৰ...

বাওঁদলে আমেৰিকাৰ জীৱন ধাৰণৰ পথ ধ্বংস কৰিছেঃ ডোনাল্ড ট্ৰাম্প…

98

ডিজিটেল ডেস্কঃ শনিবাৰে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ উত্তৰ-পশ্চিমৰ দুখন ৰাজ্য চিমিনগাৰ আৰু উইচচিনচিনত তেওঁৰ নিৰ্বাচনী সমাবেশত বাওঁ দলক আমেৰিকান জীৱন ধাৰণৰ পথ ধ্বংস কৰাৰ অভিযোগ তুলিছে। দুয়োখন ৰাজ্যই নিৰ্বাচনৰ ক্ষেত্ৰত ট্ৰাম্পৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো এই দুয়োখন ৰাজ্যই ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

পৰৱৰ্তী এক ৰেলীত, ট্ৰাম্পে বাওঁ দলক “আমেৰিকাৰ ইতিহাস মচি পেলোৱা আৰু আমেৰিকাৰ মূল্যবোধ নিঃশেষ কৰিবলৈ  চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। ট্ৰাম্পে দাবী কৰিছিল যে ডেমক্ৰেটিক পাৰ্টিৰ সভাপতি পদৰ প্ৰাৰ্থী জো বাইডেনে জনসাধাৰণৰ জীৱন বিপন্ন কৰিব।

নিজৰ ৰাজনৈতিক ভেঁটি অক্ষুন্ন ৰাখিবলৈ আৰু ভোটাৰ তেওঁৰ সপক্ষে থাকিবলৈ ট্ৰাম্পে ডেমক্ৰেটিক পাৰ্টিৰ নেতাসকলক যুক্তৰাষ্ট্ৰ বিৰোধী চৰমপন্থী বুলি আখ্যা দিয়ে। তেওঁ এসময়ত আমেৰিকাত ডেমক্ৰেটিক পাৰ্টিৰ অস্তিত্ব নাই বুলিও কটাক্ষ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি