ইছৰোৰ চাউণ্ডিং ৰকেট আৰএইচ-৫৬০ উৎক্ষেপণ

ইছৰোৰ চাউণ্ডিং ৰকেট আৰএইচ-৫৬০ উৎক্ষেপণ

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) শুকুৰবাৰে সতীশ ধাৱন মহাকাশ কেন্দ্ৰ (এছডিএছচি), শ্ৰীহৰিকোটা ৰেঞ্জ (এছএআৰ)ত কৰা নিৰপেক্ষ বতাহ আৰু প্লাজমা গতিশীলতাৰ তাৰতম্য অধ্যয়ন কৰিবলৈ চাউণ্ডিং ৰকেট (আৰএইচ-৫৬০) উৎক্ষেপণ কৰে।

শ্ৰীহৰিকোটাৰ এছডিএছচি এছএআৰত নিৰপেক্ষ বতাহ আৰু প্লাজমা গতিশীলতাৰ তাৰতম্য অধ্যয়ন কৰিবলৈ চাউণ্ডিং ৰকেট (আৰএইচ-৫৬০) মুকলি কৰাৰ কথা শনিবাৰে ইছৰোৰে টুইটাৰ যোগে সদৰি কৰে।

ইছৰো জনোৱা তথ্য অনুসৰি,  চাউণ্ডিং ৰকেট হৈছে এক বা দুই পৰ্যায়ৰ কঠিন প্ৰপেলেণ্ট ৰকেট, যি উচ্চ ৰ'প এভাৰমেণ্ট অঞ্চলৰ অনুসন্ধান আৰু মহাকাশ গৱেষণাৰ বাবে ব্যৱহাৰ কৰা হয়। ইছৰোৱে ১৯৬৫ চনৰ পৰা থলুৱাভাৱে নিৰ্মিত চাউণ্ডিং ৰকেট আৰম্ভ কৰিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in