গোৱালপাৰাৰ পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া ফলাফল

গোৱালপাৰা জিলাৰ গাঁও পঞ্চায়তৰ সভাপতিৰ বিজয়ী প্ৰাৰ্থী সকলৰ নাম–

  • ৰংজুলী গাঁও পঞ্চায়তৰ ৰাভা হাছং যৌথ সংগ্ৰামৰ প্ৰাৰ্থী স্বপ্না ৰাভা ৷
  • শালপাৰা-ডিৰ্মা জাখিলি পঞ্চায়তৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নবীন চন্দ্ৰ ৰাভা৷
  • কলশাভাঙ্গা গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰুমীয়া বেগম৷
  • খানখোৱা গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ প্ৰাৰ্থী আয়নাল হক৷
  • বালিজানা গাঁও পঞ্চায়তৰ বিজেপি দলৰ প্ৰাৰ্থী কুমাৰ চন্দ্ৰ ৰাভা৷
  • শালপাৰা-ডিৰ্মা জাখিলি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিজেপিৰ প্ৰাৰ্থী প্ৰহ্লাদ ৰাভা বিজয়ী৷

ৰহাৰ ১৪নং ঘাঁহী পঞ্চায়তৰ ৮টা ৱাৰ্ডত বিজেপি আৰু ২টা ৱাৰ্ড অগপৰ জয়লাভ।

  •  ১, ২, ৩, ৪, ৭, ৮, ৯ আৰু ১০নং ৱাৰ্ড বিজেপিয়ে আৰু ৫ আৰু ৬নং ৱাৰ্ড অগপই দখল কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in