দীপাৱলীৰ প্ৰাকক্ষণত এটা ভাল খবৰ…

দীপাৱলীৰ প্ৰাকক্ষণত এটা ভাল খবৰ…
  • দীপাৱলীৰ প্ৰাকক্ষণত বাহন গৰাকীসকলৰ বাবে সুখবৰ।
  • হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত হ্ৰাস পালে ১২ পইচাকৈ।
  • ইফালে ডিজেল প্ৰতি লিটাৰত হ্ৰাস পালে ৭ পইচাকৈ।
  • ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ৭৩.০৬ টকা।
  • আনহাতে প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে ৬৬ টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in