শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

দীপাৱলীৰ প্ৰাকক্ষণত এটা ভাল খবৰ…

9,532
  • দীপাৱলীৰ প্ৰাকক্ষণত বাহন গৰাকীসকলৰ বাবে সুখবৰ।
  • হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
  • শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত হ্ৰাস পালে ১২ পইচাকৈ।
  • ইফালে ডিজেল প্ৰতি লিটাৰত হ্ৰাস পালে ৭ পইচাকৈ।
  • ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৭৩.০৬ টকা।
  • আনহাতে প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে ৬৬ টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি