ষষ্ঠদিনাও পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত…

ষষ্ঠদিনাও পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত…
  • ধাৰাবাহিক ভাৱে ষষ্ঠদিনাও বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।
  • দেওবাৰে প্ৰতি লিচাৰ পেট্ৰলত বৃদ্ধি পালে ২৭ পইচাকৈ।
  • আনহাতে ডিজেল প্ৰতি লিটাৰত বৃদ্ধি পালে ২১ পইচাকৈ।
  • Indian Oil Corporationয়ে ৰাজহুৱা কৰিছে এই তথ্য।
  • আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ বাবেই ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ মূল্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in