শনিবাৰৰ এটা ভাল খবৰ…

শনিবাৰৰ এটা ভাল খবৰ…
  • ভাল খবৰ, তৃতীয় দিনাও হ্ৰাস পালে পেট্ৰল ডিজেলৰ মূল্য।
  • শনিবাৰে প্ৰতি লিটাৰ পেট্ৰলত হ্ৰাস পালে ৯ পইচাকৈ।
  • বিগত ৩ দিনত প্ৰতি লিটাৰ পেট্ৰলত হ্ৰাস পালে ২৪ পইচা।
  • আনহাতে হ্ৰাস পাইছে ডিজেলৰ মূল্যও।
  • প্ৰতি লিটাৰ ডিজেলত হ্ৰাস পালে ৫ পইচাকৈ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in