শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

গাড়ী কিনাৰ কথা ভাবিছে নেকি? পঢ়ক এই খবৰ…

36,825

ডিজিটেল ডেস্কঃ যদি আপুনি বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ আগতেই ক্ৰয় কৰক। কিয়নো ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে বিএছ-৬ ইঞ্জিনৰ বাহন সমগ্ৰ দেশতে প্ৰচলন হ’ব। ইয়াৰ লগে লগে দেশত বন্ধ হ’ব বিএছ-৪ ইঞ্জিন চালিত বাহন।

এই নিয়মৰ সৈতে সংগতি ৰাখি দেশৰ অগ্ৰণী বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটাই বিএছ-৪ ইঞ্জিন চালিত কেইবাখনো বাহন ৰেহাই মূল্যত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে গ্ৰাহকে আদৰি লোৱা টাটা হেক্সা মডেলৰ বাহনখনত ২.১৫ লাখ টকালৈকে ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে প্ৰতিষ্ঠানটোৱে।

ইয়াৰোপৰি টাটা বল্ড, টাটা জেট, টাটা চাফাৰী ষ্ট্ৰঙৰ সকলো বাহনেই ৬০-৮৫ হাজাৰ পৰ্যন্ত ৰেহাই মূল্যত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে প্ৰতিষ্ঠানটোৱে। টাটা হাৰিয়াৰ বাহনখনত ১.৪ লাখ টকালৈকে ৰেহাই দিয়াৰ কথাও প্ৰতিষ্ঠানটোৱে ৰাজহুৱা কৰিছে শেহতীয়াকৈ। উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহত টাটাৰ বাহন সমূহ ক্ৰয় কৰিলে বিশেষ ৰেহাই প্ৰদানৰো ঘোষণা কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি