শেহতীয়া খবৰ
হিজবুলৰে সম্পৰ্কৰ সন্দেহত আটক কৰা ৩ যুৱকক মুকলি হোজাই আৰক্ষীৰ  •  মোবাইল প্ৰেমে চেৰ পেলালে সন্তানপ্ৰেমক!  •  প্ৰয়োজন হ’লে ন্যায়াধীশ দম্পত্তিৰ বিৰুদ্ধেও হ’ব তদন্ত, এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য  •  ২০ এপ্ৰিলত মই কল্পনা লাজমীক শেষবাৰৰ বাবে লগ পাইছিলোঃ কমল কটকী  •  নগাঁৱৰ জুৰীয়াত পানীত পৰি এটি শিশুৰ মৃত্যু  •  তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক আটক  •  বৰপেটাত হিজবুল মুজাহিদীনৰ সৈতে জড়িত থকাৰ অপৰাধত ৩ যুৱকক আটক  •  নগাঁৱৰ আকৌ বিদ্যুৎ বিভাগৰ অৱহেলা! পানীগাঁও চাৰিআলিত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, চাওঁক VIDEO  •  লংকাৰ গংগা হোটেলত চিপ লোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ  •  দিখৌত জপিওৱা মহিলাৰ সন্ধানত এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান

লতাশিলত এইবাৰ গায়িকাৰ ৰূপত হিমা, চাওঁক ভিডিঅ’

966

ডিজিটেল ডেস্কঃ জাকাৰ্টাত হিমাই ট্ৰেকত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি সোণ আৰু ৰূপৰ পদক জিকিছিল। তাৰপাছত ৭ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত হিমাই ভাষণেৰে ৰাজ্যবাসীৰ মন জিনিছিল। সোমবাৰে হিমাক সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৫০তাৰো অধিক দল-সংগঠনে জনাইছিল ৰাজহুৱা সম্বৰ্ধনা। এই অনুষ্ঠানত অংশ লৈ হিমাই গীতেৰে হৃদয় জিনিলে উপস্থিত সকলৰ। লতাশিল খেলপথাৰত হিমাই গালে ভূপেন হাজৰিকাৰ সেই কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি