কেনে আছে লতা মংগেশকাৰ? UPDATES

কেনে আছে লতা মংগেশকাৰ? UPDATES
  • কুকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ শেহতীয়া স্বাস্থ্যৰ সন্দৰ্ভত ব্ৰিছ কেন্দ্ৰী হাস্পতালৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোনো মেডিকেল বুলেটিন প্ৰকাশ কৰা নাই।
  • চিকিৎসালয়ৰ সূত্ৰ উধৃতি দি ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান আই চি ইউত ভেন্টিলট'ৰত আছে লতা মংগেশকাৰ।
  • উল্লেখযোগ্য যে, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু ভাইৰেল ইনফেকশ্যনৰ বাবে পুৱতি নিশা ২ বজাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল তেওঁক।
  • ইফালে, লতা মংগেশকাৰৰ ভগ্নী ঊষা মংগেশকাৰে লতা মংগেশকাৰৰ স্বাস্থ্য সন্দৰ্ভত সংবাদমাধ্যমক জানিবলৈ দি কয়- বৰ্তমান সুস্থিৰ হৈ আছে তেওঁৰ স্বাস্থ্য।
  • মঙলবাৰে সকলো ঠিকে-ঠাকে থাকিলে চিকিৎসালয়ৰ পৰা ঘৰলৈ নিয়া হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in