লতা মংগেশকাৰ গুৰুতৰভাৱে অসুস্থ, আই চি ইউত চিকিৎসাধীন…

লতা মংগেশকাৰ গুৰুতৰভাৱে অসুস্থ, আই চি ইউত চিকিৎসাধীন…
  • গুৰুতৰভাৱে অসুস্থ লতা মংগেশকাৰ।
  • মুম্বাইৰ ব্ৰিজকেন্দ্ৰী হাস্পতালত ভৰ্তি কৰা হৈছে বিশিষ্ট গায়িকাগৰাকীক।
  • সোমবাৰে পুৱা অসুস্থ হৈ পৰাত তেওঁক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ।
  • বৰ্তমান চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন তেওঁ।
  • ২৮ ছেপ্তেম্বৰত ৯০ বছৰৰ জন্মদিন উদযাপন কৰিছিল লতা মংগেশকাৰে।
  • পুৱতি নিশা ২ বজাত তেওঁক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in