শেহতীয়া খবৰ
হংকঙত ৩ অক্টোবৰলৈ বন্ধ এয়াৰ ইণ্ডিয়াৰ বিমান...  •  বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...

লতা মংগেশকাৰ গুৰুতৰভাৱে অসুস্থ, আই চি ইউত চিকিৎসাধীন…

437
  • গুৰুতৰভাৱে অসুস্থ লতা মংগেশকাৰ।
  • মুম্বাইৰ ব্ৰিজকেন্দ্ৰী হাস্পতালত ভৰ্তি কৰা হৈছে বিশিষ্ট গায়িকাগৰাকীক।
  • সোমবাৰে পুৱা অসুস্থ হৈ পৰাত তেওঁক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ।
  • বৰ্তমান চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন তেওঁ।
  • ২৮ ছেপ্তেম্বৰত ৯০ বছৰৰ জন্মদিন উদযাপন কৰিছিল লতা মংগেশকাৰে।
  • পুৱতি নিশা ২ বজাত তেওঁক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি