চিৰতৰুণৰ অন্তিম যাত্ৰা, VIDEO

চিৰতৰুণৰ অন্তিম যাত্ৰা, VIDEO
  • জু-ৰোডৰ নামঘৰৰ পৰা আমবাৰীৰ বুঢ়া মছজিদ দিশে আগবাঢ়িছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ নিয়া সমদল।
  • পথৰ দুয়োকাষত থিয় হৈ তেওঁৰ গুণমুগ্ধসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰদেহত পুষ্পবৰ্ষণ কৰিছে।
  • অমৰ হওঁক তৰুণ গগৈ ধ্বনি আগবাঢ়ি গৈছে এই সমদল।
  • বুঢ়া মছজিদত কিছু সময়ৰ বাবে ৰ'ব এই সমদল।
  • তাৰপাছত পুনৰ আগবাঢ়িব উগ্ৰতৰা মন্দিৰৰ দিশে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in